শালুৰশাল্মল শাল্ (Assamese) [ Roman: xal]Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-07 1. (Verb-Trans.) to secure with or as if with a wedge দুটা বস্তুৰ মাজত কাঠ বা বাঁহৰ খুটি বা আন বস্তু হেঁচি সুমুৱাই দে; যেনেঃ কোৰখন শাল্, কঁঠালটো শাল্ English: wedge, Assamese: শাল্