লাকি-লুকাকৈলাকিয়াঁ

লাকিয়া (Deori) [ Roman: la.ki.ya]
Contributed by: Himasri Das on 2023-03-07
1. (Proper Adj.) Of the kind, character, degree, extent, etc., of that or those indicated or implied. কোনো মানুহ, জীৱ-জন্তু অথবা আন কোনো বস্তুৰ গুণ, পৰিমাণ আদিৰ কথা উল্লেখ কৰিবলৈ ব্যৱহাৰ হয়| যেনেঃ এনেকুৱা মানুহৰ পৰা উপায় নাই|