ললিত কলাললেই
ললিতা (Assamese) [ Roman: lo.li.ta]
Contributed by: Biraj Kumar Kakati on 2008-04-06
English: girlfriend, ladylove,
Assamese: প্ৰণয়াসক্তা, প্ৰণয়িনী, প্ৰিয়া, প্ৰেমাসক্তা, প্ৰেমিকা, প্ৰেষ্ঠা, প্ৰেয়সী, ললিতা,
Bodo: अनजालि, रजे, हिनजाव लोगोरि
ললিতা (Assamese) [ Roman: lo.li.ta]
Contributed by: Biraj Kumar Kakati on 2008-04-06
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Common Noun-Feminine) One who loves someone. কাৰোবাক ভাল পোৱা বা কাৰোবাৰ প্ৰেমাসক্ত এগৰাকী নাৰী বা ছোৱালীAssamese: প্ৰণয়াসক্তা, প্ৰণয়িনী, প্ৰিয়া, প্ৰেমাসক্তা, প্ৰেমিকা, প্ৰেষ্ঠা, প্ৰেয়সী, ললিতা,
Bodo: अनजालि, रजे, हिनजाव लोगोरि