মৰ্দ্দ্মৰ্মকথা
মৰ্ম (Assamese) [ Roman: mor.mo]
alt: মৰ্ম্ম
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-13
English: meaning,
Assamese: অৰ্থ, আৰ্যা, আৰ্য্যা, গুৰি-কথা, গূঢ়াৰ্থ, তাৎপৰ্য্য, নিগূঢ়াৰ্থ, নিহিতাৰ্থ, মৰ্ম, মৰ্মাৰ্থ, সাৰকথা,
Mising: abi,
Meeteilon: waahanthok,
Karbi: atheke, lamjor, লাম্জৰ্,
Hmar: umzie,
Nagamese: ortho
Contributed by: Krishangi Gogoi on 2021-11-21
মৰ্ম (Assamese) [ Roman: mor.mo]
alt: মৰ্ম্ম
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-13
1. (Abstract Noun) what is intended to be, or actually is, expressed or indicated. কোনো শব্দ, কথা বা চিহ্ণৰ নিহিত তাৎপৰ্য।
Assamese: অৰ্থ, আৰ্যা, আৰ্য্যা, গুৰি-কথা, গূঢ়াৰ্থ, তাৎপৰ্য্য, নিগূঢ়াৰ্থ, নিহিতাৰ্থ, মৰ্ম, মৰ্মাৰ্থ, সাৰকথা,
Mising: abi,
Meeteilon: waahanthok,
Karbi: atheke, lamjor, লাম্জৰ্,
Hmar: umzie,
Nagamese: ortho
Different POS:
a. Proper Adj.-Common: meaningful, অৰ্থগত, অৰ্থপূৰ্ণ, অৰ্থবহ, অৰ্থযুক্ত...Contributed by: Krishangi Gogoi on 2021-11-21
2. (Abstract Noun) The basic cause, source, or origin of something
কোনো ঘটনা বা পৰিস্থিতিৰ মূল কাৰক