ম্লেচ্ছম্লেচ্ছাচাৰী
ম্লেচ্ছাচাৰ (Assamese) [ Roman: mle.sa.sar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-01
English: incivility,
Assamese: অভদ্ৰজনোচিত, অভদ্ৰতা, অভদ্ৰামি, অশিষ্টতা, অশিষ্টাচাৰ, অসভ্যালি, অসুজনতা, অসৌজন্য, বেঢ়াদপ, বেয়াদপি, ব্যাদপি, ম্লেচ্ছাচাৰ, শালীনতাহীনতা, সৌজন্যহীনতা, ৰূঢ়াচৰণ,
Bodo: खाब्रां आखु, सोद्रोमथि गैयै
ম্লেচ্ছাচাৰ (Assamese) [ Roman: mle.sa.sar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-01
1. (Abstract Noun) the quality or condition of being uncivil; discourteous behavior or treatment. কোনো সামাজিক শিষ্টাচাৰবোধ নথকা, অশিষ্ট ব্যৱহাৰ ৷