মোৰোকনি মাৰ্মোৱা পোক

মোৱা (Assamese) [ Roman: mo’.wa]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2009-03-21
1. Fish(Common Noun-Common) A small fish similar to the Chola fish but does not have scales. পুঠি-মাছৰ সদৃশ কিন্তু তাতকৈ বহুত সৰু আৰু মূৰৰ ফালে বহল গাৰে আৰু বগা, বাকলি নথকা এবিধ ক্ষুদ্ৰ মাছ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-01
Ref: চন্দ্ৰকান্ত অভিধান
2. Vegetables(Proper Noun-Neuter) Dioscorea aculeata; the root is of a sweetish taste and it is cultivated in India. The tubers are dug, in the cold season and taken as a food. ডায়’স্ক’ৰিয়া একুলিয়েটা; ইয়াৰ আলু-আকৃতিৰ শিপাৰ সোৱাদ মিঠা আৰু ভাৰতত ইয়াৰ খেতি কৰা হয় ৷ জাৰকালি ইয়াৰ আলু খন্দা হয় আৰু খাদ্য হিচাপে গ্ৰহণ কৰা হয় ৷