মিটমিটামিটাৰ

মিটা (Assamese) [ Roman: mi.ta]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
1. (Verb-Trans.) to reduce somebody's anger and make him/her more friendly by being kind or pleasent;to reconcile two opposing parties. মৰম আৰু বুজনিৰে কাৰোবাৰ খং, অসন্তুষ্টি আঁতৰাই বন্ধুভাৱাপন্ন কৰা; দুই বিৰোধী পক্ষৰ মাজত সদ্ভাৱ জগোৱা বা ঘুৰাই অনা৷