মায়মায়া

মায়ং (Assamese) [ Roman: ma.yong]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-28
1. Place(Proper Noun-Neuter) A place in Marigaon district of Assam. 40 km from Guwahati city. It has been known for Black Magic for long long time. It is called `Land of Black Magic` মায়ং অসমৰ মৰিগাওঁ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল৷ এই অঞ্চলক যাদু-মন্ত্ৰৰ স্থান বুলিও অভিহিত কৰা হয়৷মায়ং গুৱাহাটীৰ পৰা প্ৰায় ৪০ কি:মি: দুৰত্বত অৱস্থিত৷ এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ৷
English: Mayong,
Assamese: মায়ং