মন্দমতিমন্দাকিনী
মন্দমন্দ (Assamese) [ Roman: mon.do.mon.do]
Contributed by: Atul Ch. Kakoti on 2011-04-16
English: slowly,
Assamese: আচতেকে bo , আলম বিলমকৈ, আস্তে, আস্তে-সুস্থে, আস্তেকৈ, জুৰে, জুৰে-শাঁতে, ধীৰে, ধীৰে-শাঁতে, মন্দমন্দ, লাহে-লাহে, লাহেকৈ, শনৈঃ, সোৱাই সোৱাই,
Bodo: लासैयै,
Mising: aso:pe,
Deori: মিয়া-মিয়াচ্চা, মেমেচ্চা, ৰহিং ৰহিংনা
মন্দমন্দ (Assamese) [ Roman: mon.do.mon.do]
Contributed by: Atul Ch. Kakoti on 2011-04-16
1. (Adverb) moving or proceeding with little or less than usual speed or velocity গতানুগতিক বেগতকৈ কিছু কম বেগেৰে বা ধীৰ গতিৰে লৰচৰ কৰা বা আগুৱাই যোৱা