ভ্ৰূভঙ্গভৎসনা
ভ্ৰূভঙ্গী (Assamese) [ Roman: bhru.bhong.gi]
Contributed by: Biraj Kumar Kakati on 2008-04-21
English: frown, scowl,
Assamese: কোপদৃষ্টি, ক্ৰোধদৃষ্টি, ঘোপা চাৱনি, ভেৰাকুটি, ভ্ৰুকুটি, ভ্ৰূকুঞ্চন, ভ্ৰূকুটি, ভ্ৰূকুটী, ভ্ৰূভংগ, ভ্ৰূভংগী, ভ্ৰূভঙ্গ, ভ্ৰূভঙ্গী,
Khasi: ka jingbitar
ভ্ৰূভঙ্গী (Assamese) [ Roman: bhru.bhong.gi]
Contributed by: Biraj Kumar Kakati on 2008-04-21
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Verbal Noun) A facial expression of dislike or displeasure. খং বা বিৰক্তি প্ৰকাশ কৰোঁতে চেলাউৰি কোঁচ খোৱা কাৰ্য্য |Assamese: কোপদৃষ্টি, ক্ৰোধদৃষ্টি, ঘোপা চাৱনি, ভেৰাকুটি, ভ্ৰুকুটি, ভ্ৰূকুঞ্চন, ভ্ৰূকুটি, ভ্ৰূকুটী, ভ্ৰূভংগ, ভ্ৰূভংগী, ভ্ৰূভঙ্গ, ভ্ৰূভঙ্গী,
Khasi: ka jingbitar