ভোজনালয়ভোজনিয়াৰ

ভোজনি (Assamese) [ Roman: bho`.jo.ni]
alt: ভোজনী
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-20
1. Religious-Mythological(Material Noun-Neuter) Potful of rice and other vegetables (uncooked eatables) offered to a god and/or priest in the Puja (worship). শ্ৰাদ্ধ, পূজা আদি অনুষ্ঠানত দেৱতা আৰু পুৰোহিতক নিৱেদন কৰা চাউল আৰু কেঁচা পাচলি আদিৰে পূৰ্ণ পাত্ৰ ৷