ভুচুংভুজ

ভুচুংপহু (Assamese) [ Roman: bhu.sung.po.hu]
Contributed by: Partha P Sarmah on 2008-05-11
1. (Common Noun-Common &/or Masculine) a person who behaves in a foolish,stupid and undignified way and so not liked by people. অমৰ্যদাপূৰ্ণ ব্যৱহাৰ কৰা নিৰ্বোধ লোক৷ তেনে লোকৰ স্থূলবুদ্ধি আৰু ফটুৱামী বা পাতলীয়া ব্যৱহাৰৰ বাবে আনে সাধাৰণতে বৰ ভাল নাপায়৷
English: clown,
Assamese: ভুচুংপহু