ভইভক-দলিয়া

ভক (Assamese) [ Roman: bho.ko]
Contributed by: Partha P Sarmah on 2008-03-18
1. (Adjective Adj.) somebody who is shallow in thoughts etc., not a very serious person to be trusted or believed. চিন্তা চৰ্চা, আচাৰ ব্যৱহাৰ আদিত বৰ গভীৰ বা গহীন নোহোৱা, টুলুঙা বিধৰলোক৷ যেনেঃ `মানুহটো বৰ ভক নহয়নে বাৰু?`
Assamese: ভক

ভক (Hajong)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-16
2. (Abstract Noun) a compelling need or desire for food আহাৰ খোৱালৈ লগা অনুভৱ অথবা ইচ্ছা