বৰ্ণাশুদ্ধিওবৰ্ণিত

বৰ্ণাশ্ৰম (Assamese) [ Roman: bor.na.shrom]
Contributed by: Chandan Kumar Borah on 2011-08-26
1. Customs(Verb-Trans.) The four kind of tasks or four stages of life that have to be completed in life by the Brahmins . ব্ৰাহ্মণ আদি বৰ্ণৰ লোকৰ জীৱনৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত চাৰি আশ্ৰমৰ নিৰ্দেশ আছে৷ সিয়েই হ’ল ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বাণপ্ৰস্থ আৰু সন্ন্যাস৷ এই চাৰি আশ্ৰমৰ কৰিবলগীয়া কামকে বৰ্ণাশ্ৰম কোৱা হয়৷