বৰ্ণবৈষম্যমূলকবৰ্ণমালা

বৰ্ণভেদ (Assamese) [ Roman: bor.no.bhed]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-05
1. Political Science(Abstract Noun) former South African political system in which only white people had full political rights and the blacks were forced to live away from the white people দক্ষিণ-আফ্ৰিকাত ক’লা মানুহক বগা চালৰ মানুহৰ পৰা নিলগাই ৰাখি কেৱল বগা লোকক সম্পূৰ্ণ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা এক পুৰণি ৰাজনীতি