বৰগোহাঞিদেৱেবৰঙণি

বৰঘৰ (Assamese) [ Roman: bor.ghor]
Contributed by: Partha P Sarmah on 2010-02-13
1. (Common Noun-Neuter) the master bedroom where some people also keep their valuables. ঘৰৰ মূল/ঘাই শোৱাকোঠা৷ শোৱাৰ উপৰিও ঘৰৰ মূল্যবান সা-সামগ্ৰী, টকা-পইচা, অলংকাৰ আদিও বহুতে ইয়াতে থয়৷
Assamese: বৰঘৰ