বৰআতাবৰকথকী

বৰকটকীold (Assamese) [ Roman: bor.ko.to.ki]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-23
1. (Proper Noun-Common) A surname of one Assamese community who were the leader among the royal messenger during Ahom kingdom. এখেল অসমীয়া মানুহৰ উপাধিবিশেষ; তেওঁলোকে আহোম ৰজাৰ দিনত কটকী সকলৰ মূৰব্বী আছিলে ৷
English: borkotoky,
Assamese: বৰকটকীold

Contributed by: Pramathesh Borkotoky(প্ৰমথেশ বৰকটকী) on 2008-06-23
2. (Common Noun-Common) an important official who lives in a foreign country to represent his or her own country there, and who is officially accepted in this position by that country. বিদেশী ৰাষ্ট্ৰত নিজৰ দেশক প্ৰতিনিধিত্ব কৰা গুৰুত্বপূৰ্ণ বিষয়া, যাক সেই পদবীত উক্ত ৰাষ্ট্ৰখনে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰি লয়।