ব্যাকৰণগতব্যাকৰণবিদ

ব্যাকৰণগততা (Assamese) [ Roman: bya.ko.ron.go.to.ta]
Contributed by: Partha P Sarmah on 2010-06-02
1. (Abstract Noun) the notion whether a sentence is well formed i.e. it fulfills all requirement of the grammar of that language. ব্যাকৰণৰ নীতি-নিয়মৰ দিশৰ পৰা বাক্য এটা শুদ্ধ হয় নে নহয়-এই ধাৰণা৷ বাক্য এটাই অৰ্থ বহন কৰিলেও ব্যাকৰণগত ভাবে ই শুদ্ধ নহবও পাৰে৷