বোৱা-কটাবোৱাৰী

বোৱাল (Assamese) [ Roman: bo`.wal]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-01-17
1. Tree(Common Noun-Common) a medium to large size tree, occasionally reaching 30 metres in height; used for roadside plantings, building and furniture timber, as well as in traditional Chinese medicine প্ৰায় ৩০ মিটাৰ পৰ্য্যন্ত ওখ হোৱা এবিধ গছ; আলিৰ দাঁতিত ৰোৱাৰ বাবে, ঘৰ সজা আৰু আচবাব-পত্ৰ তৈয়াৰ কৰাত আৰু পৰম্পৰাগত চীনদেশীয় দৰৱ হিচাপে ব্যৱহৃত হয়৷