বোধকৰোঁবোধগম্য কৰ্

বোধগম্য (Assamese) [ Roman: bo’.dho.go.myo]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-08-02
1. (Proper Adj.) Capable of being apprehended or understood. যিটো বুজিব পাৰি অথবা বুদ্ধিৰে ধৰিব পাৰি ।

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-07
2. (Adjective Adj.) something that can be explained (and understood). বাখ্যা বা বৰ্ণনা কৰিব পৰা (সেয়েহে বুজিব পৰা)৷