বেহুবেহুঁচ

বেহু (Assamese) [ Roman: be.hu]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-24
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) disposition of troops in various ways for war. যুদ্ধত সৈন্যবিলাক ভাগ ভাগকৈ ৰখাৰ প্ৰণালী।

বেহুঁ (Assamese) [ Roman: be.hu~]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-23
2. (Common Noun-Common) The embryophytes are the most familiar group of fern plants. Mostly used in Jara-Fuka. বিশেষকৈ জৰা-ফুঁকা কৰিবৰ বাবে ব্যৱাহৰ কৰা এবিধ ঢেঁকীয়া জাতীয় উদ্ভিদ ৷