বেলবোধনবেলা বেলবৰণ (Assamese) [ Roman: bel.bo.ron]Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-21 1. Hinduism(Verbal Noun) the first day's worship of Durga-puja. দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনা বেল গছক পূজা কৰি নৱপত্ৰিকাৰ বাবে দুটা কেঁচা বেল বৰণ কৰি নিয়া কাৰ্য্য৷ Assamese: বেলবোধন, বেলবৰণ