বেদ-পাঠবেদখল কৰ্

বেদখল (Assamese) [ Roman: be.do.khol]
adj: বেদখলমুক্ত
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-30
1. (Verbal Noun) to intrude gradually, stealthily, or insidiously upon the rights, property, etc, of another আইন-বিৰুদ্ধ দখল, অৰ্থাত্ আনৰ অধিকাৰ, সম্পত্তি আদিত পৰ্য্যায়ক্ৰমে, গোপনে বা অভিসন্ধিমূলক ভাৱে গ্ৰাস কৰা
English: encroachment,
Assamese: বেদখল