বৃহদ্ৰথবৃহস্পতি

বৃহন্নলা (Assamese) [ Roman: bri.hon.no.la]
Contributed by: Atul Ch. Kakoti on 2009-07-24
1. Hinduism(Proper Noun-Masculine) the third brother of the Pandavas; the greatest archer of his time. পঞ্চপাণ্ডৱৰ তৃতীয় ভ্ৰাতৃ৷ এখেতৰ দেৱপিতৃ ইন্দ্ৰদেৱ আৰু মাক কুন্তী৷ তেওঁ ’মহাভাৰত’ৰ সময়ত সৰ্বশ্ৰেষ্ঠ ধনুধৰ আছিল৷ দুয়োহাতে সমানে ধনু চলাব পাৰিছিল বাবে তেওঁক সব্যসাচী বুলিও কয়৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-20
2. (Common Noun-Common &/or Masculine) A person having nither the male nor the female organ fully developed. মতা বা তিৰোতাৰ সম্পূৰ্ণ অঙ্গ নথকা মানুহ৷