বৃষ্টিঘন বনবৃষ্টিছাঁয়া অঞ্চল

বৃষ্টিছাঁয়া (Assamese) [ Roman: bris.ti.sa~.ya]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-09-07
1. Geology(Abstract Noun) a region having little rainfall because it is sheltered from prevailing rain-bearing winds by a range of hills. খুব কম বৰষুণ হোৱা ঠাই;মূলত জলীয় বাষ্প কঢ়িয়াই অনা বতাহৰ পৰা, পৰ্বত আদি বাধাৰ বাবে, এনেবোৰ অঞ্চল বাধাপ্ৰাপ্ত হয়৷