বুলনী-কাপোৰবুলবুল বুলনী-ঘৰ (Assamese) [ Roman: bu.lo.ni-ghor]Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-26 1. (Material Noun-Neuter) a narrow covered passage between two buildings. দুটা ঘৰৰ মাজত অহা-যোৱা কৰাৰ সুবিধাৰ কাৰণে বন্ধা চালি-দিয়া ঠেক পথ বা ঘৰ। English: slype, Assamese: বুলনী-ঘৰ