বিৰিদ্ধবিৰিয়ানি

বিৰিয়া (Assamese) [ Roman: bi.ri.ya]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-12
1. (Material Noun-Neuter) A split or solid piece of bamboo with pointed ends used in carrying sheaves of paddy on the shoulder. ধানৰ ডাঙৰি কঢ়িওৱা দুই মূৰ জোঙা এডাল সৰু ফলা বা গোটা বাঁহ ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-30
Ref: চন্দ্ৰকান্ত অভিধান
2. (Material Noun-Neuter) a coil made of straw for supporting the bottom of an earthen pot চৰু, মাটিৰ কলহ আদি বহুৱাই থ’বলৈ ঘূৰণীয়াকৈ বন্ধা খেৰৰ জুমুধি