বিয়নীবিয়নী-সাবটা

বিয়নী-মেল (Assamese) [ Roman: bi.yo.ni-mel]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-02-16
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) long conversation between two mothers-in-law. দুজনী বিয়নীয়ে ঘৰুৱা কথা লৈ বিৰলে কৰা দীঘলীয়া কথোপকথন৷