বিশ্বাসীজনৰবিশ্বাস্যতা
বিশ্বাস্য (Assamese) [ Roman: bis.sa.jyo]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-05-24
English: faithful, loyal, trusted,
Assamese: আপ্ত, আপ্তকাৰী, নিৰ্ভৰযোগ্য, প্ৰত্যয়জনক, প্ৰত্যয়যোগ্য, প্ৰভুভক্ত, বিশ্বসনীয়, বিশ্বস্ত, বিশ্বাসভাজন, বিশ্বাসযোগ্য, বিশ্বাসী, বিশ্বাস্য, সঁজতুৱা,
Bodo: फोथायजाथाव, फोथायथाव, फोथायसुला, मानिसुला,
Khasi: ba kohnguh,
Meeteilon: thajaba,
Nagamese: bishashi, bissachi,
Hindi: वाफादारि
Contributed by: Partha P Sarmah on 2007-06-28
বিশ্বাস্য (Assamese) [ Roman: bis.sa.jyo]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-05-24
1. (Proper Adj.-Common) one who can be believed or relied upon যাক বিশ্বাস বা ভৰষা কৰিব পৰা যায়
Assamese: আপ্ত, আপ্তকাৰী, নিৰ্ভৰযোগ্য, প্ৰত্যয়জনক, প্ৰত্যয়যোগ্য, প্ৰভুভক্ত, বিশ্বসনীয়, বিশ্বস্ত, বিশ্বাসভাজন, বিশ্বাসযোগ্য, বিশ্বাসী, বিশ্বাস্য, সঁজতুৱা,
Bodo: फोथायजाथाव, फोथायथाव, फोथायसुला, मानिसुला,
Khasi: ba kohnguh,
Meeteilon: thajaba,
Nagamese: bishashi, bissachi,
Hindi: वाफादारि
Contributed by: Partha P Sarmah on 2007-06-28
2. (Proper Adj.-Neuter) (of an explanation or excuse)seems to be apparently reasonable or convincing, likely to be true. দেখাত শুদ্ধ, যুক্তিপূৰ্ণ বা নিৰ্ভৰ কৰিব পৰা ব্যাখ্যা বা কৈফিয়ৎ, যি দৰাচলতে সঁচা হোৱাৰ সম্ভাৱনা থাকে