বিলাসীপাৰাবিলাহী-বেঙেনা

বিলাহী (Assamese) [ Roman: bi.la.hi]
co.adj: কেঁচা~, ডাঙৰ~, পকা~, সৰু~, plc: -বিলাক, -বোৰ, -সমূহ, dfc: -খিনি, -গাল, -টো
Contributed by: Panchalika on 2006-07-13
1. Vegetables(Common Noun-Neuter) A widely cultivated South American plant or its fruit (Lycopersicon esculentum) having edible, fleshy, usually red fruit. মূলতঃ দক্ষিণ-আমেৰিকাৰ এবিধ পাছলি৷ বৰ্তমান ই পৃথিৱীৰ সকলো প্ৰান্ততে পোৱা যায়৷ ই পকিলে ৰঙা হৈ পৰে৷