বিমোচনবিমোহিত
বিমোহন (Assamese) [ Roman: bi.mo`.hon]
Contributed by: Mousumi Konwar on 2023-03-22
English: charming, fascinating, lovely,
Assamese: কমনীয়, চিত্তৰঞ্জক, চিত্তৰঞ্জন, তিয়ঁহজলীয়া, দিব্যা, বিমোহন, মদিৰ, মনমোহা, মনোজ্ঞ, মনোমুগ্ধকৰ, মনোমোহা, মনোহৰ, মনোহৰা, মনোৰমা, মোহলগা, মৰম-লগা, লাহৰি, সাদৰী, ৰমণীয়, ৰুচিৰ,
Bodo: अनजाथाव, अनसुलि,
Karbi: langsam,
Dimasa: mjangsisi,
Deori: বাদচি
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-22
বিমোহন (Assamese) [ Roman: bi.mo`.hon]
Contributed by: Mousumi Konwar on 2023-03-22
Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
1. (Proper Adj.-Common) very pleasant, attractive or delightful. অতিশয় ভাললগা, মনোৰম, আনন্দ-দায়ক| Assamese: কমনীয়, চিত্তৰঞ্জক, চিত্তৰঞ্জন, তিয়ঁহজলীয়া, দিব্যা, বিমোহন, মদিৰ, মনমোহা, মনোজ্ঞ, মনোমুগ্ধকৰ, মনোমোহা, মনোহৰ, মনোহৰা, মনোৰমা, মোহলগা, মৰম-লগা, লাহৰি, সাদৰী, ৰমণীয়, ৰুচিৰ,
Bodo: अनजाथाव, अनसुलि,
Karbi: langsam,
Dimasa: mjangsisi,
Deori: বাদচি
Different POS:
a. Abstract Noun: charm, কমনীয়তা, মোহনী, ka jadu, कशिश...Related Idea:
b. Proper Adj.-Common: attractive, impressive, আকৰ্ষক, আকৰ্ষণী, আকৰ্ষণীয়...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-22
2. (Verbal Noun) the act of attracting and holding the attention or interest of, as by beauty or excellence. সৌন্দৰ্য্য বা গুণৰ দ্বাৰা আকৰ্ষণ কৰি অনুৰাগ ধৰি ৰখা কাৰ্য্য।