বদিয়া-চ্চিবদীয়া
বদিয়াৰ (Assamese) [ Roman: bo.di.yar]
Contributed by: Anjali Sonowal on 2009-10-06
English: accuser, complainant, litigant, plaintiff,
Assamese: অভিযোক্তা, অভিযোগকাৰী, খলুৱা, গুচৰীয়া, ফৰিয়াদী, বদিয়াৰ, বাদী, মোকৰ্দমাকাৰী,
Garo: matnanggipa mande
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-28
বদিয়াৰ (Assamese) [ Roman: bo.di.yar]
Contributed by: Anjali Sonowal on 2009-10-06
1. (Common Noun-Common) a person who makes a formal complaint against somebody in a court of law আদালতত কাৰোবাৰ বিৰুদ্ধে গোচৰ তৰা লোক ৷
Assamese: অভিযোক্তা, অভিযোগকাৰী, খলুৱা, গুচৰীয়া, ফৰিয়াদী, বদিয়াৰ, বাদী, মোকৰ্দমাকাৰী,
Garo: matnanggipa mande
Different POS:
a. Verb-Trans.: accuse, দায় ধৰ্, দোষ দে, দোষ ধৰ্, দোষাৰোপ কৰ্...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-28
2. (Common Noun-Common &/or Masculine) a person who castrates or removes testicles of animals জন্তুৰ অণ্ডকোষ আঁতৰাই নপুংসক কৰোঁতা লোক