বঙাবঙানি

বঙাইগাঁও (Assamese) [ Roman: bo.gnai.ga~o`]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-21
1. Place(Proper Noun-Neuter) Bongaigaon district is an administrative district in the state of Assam in northeastern India. The district headquarters are located at Bongaigaon. The district occupies an area of 2,510 km². বঙাইগাঁও অসমৰ এখন জিলা৷ ইয়াত মুঠ তিনিখন নগৰ আছে ক্ৰমে অভয়াপুৰী, বঙাইগাঁও আৰু বিজনী৷ বিজনী নগৰখন বৰ্ত্তমান চিৰাং জিলাৰ অন্তৰ্গত হৈছে ৷