বঁউদুবঁচ্চা

বঁকিয়া (Assamese) [ Roman: bo~.ki.a]
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-07-06
Ref: Pronouncing Anglo-Assamese Dictionary by Suddhartha Barua, ed. Dr. Hiren Gohain
1. (Common Noun-Neuter) a road or footpath raised above the level of a swampy ground বিল বা পিটনিৰ মাজেৰে বন্ধা ওখ আলি

Contributed by: Partha P Sarmah on 2007-07-06
2. (Material Noun-Neuter) a small, narrow road/path in peddy fields slightly raised to keep water and allow people and cattle etc. to walk. পথাৰত দুদৰা মাটিৰ মাজত পানী ৰখাৰ লগতে খেতিৰ সময়ত মানুহ আৰু গৰু আদি যাব পৰাকৈ বন্ধা সামান্য ওখ, সৰু আলি৷ নিৰ্মলপ্ৰভা বৰদলৈৰ ’মৰ্মান্তিক’ৰ পৰা পঢ়কঃ ’তেওঁক মই যোৱাগৈ দেখিছিলোঁ/ বেলি লহিওৱাৰ পৰত/ পথাৰৰ বঁকিয়াইদি...’
English: causeway,
Assamese: বঁকিয়া