ফুলমালাফুলাদি
ফুলা (Assamese) [ Roman: phu.la]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-15
English: blow,
Assamese: ফু কৰ্, ফু দে, ফু মাৰ্, ফুঁই মাৰ, ফুঁক, ফুঙ্ক্, ফুলা, ফুৱা,
Mising: mutnam,
Karbi: but,
Dimasa: bar su,
Deori: বেঁ, মু-চি
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
English: puffed, swollen,
Assamese: উখহা, ওফন্দি উঠা, ওফোন্দা, টেল্টেলীয়া, ঢোপঢোপীয়া, তিলতিলীয়া, ফিকা, ফুলা, ফুলি উঠা, স্ফীত,
Garo: chi topa,
Tai: কাই ফ্যুক্
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-07
English: blooming, blossoming,
Assamese: কুসুমিত, পুষ্পিত, পুষ্পৱান, ফুলন্ত, ফুলা, ফুল্ল, সঞ্জাতপুষ্প
ফুলা (Assamese) [ Roman: phu.la]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-15
1. (Verb-Trans.) to send forth a current of air or other gas. মুখেৰে বায়ু বা গেছীয় পদাৰ্থ জোৰে বাহিৰলৈ উলিয়া|
Assamese: ফু কৰ্, ফু দে, ফু মাৰ্, ফুঁই মাৰ, ফুঁক, ফুঙ্ক্, ফুলা, ফুৱা,
Mising: mutnam,
Karbi: but,
Dimasa: bar su,
Deori: বেঁ, মু-চি
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
2. (Proper Adj.) To grow larger; to dilate or extend the exterior surface or dimensions, by matter added within, or by expansion of the inclosed substance. চাল অথবা পৃষ্ঠভূমিৰ ভিতৰত বৃদ্ধি হোৱা চাপৰ বাবে বাহিৰলৈ সম্প্ৰসাৰণ হৈ টেমুনাৰ আকৃতি লোৱা ।
Assamese: উখহা, ওফন্দি উঠা, ওফোন্দা, টেল্টেলীয়া, ঢোপঢোপীয়া, তিলতিলীয়া, ফিকা, ফুলা, ফুলি উঠা, স্ফীত,
Garo: chi topa,
Tai: কাই ফ্যুক্
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-07
3. (Verbal Adj.) in bloom or flowering ফুলি থকা বা ফুল মেলা
Assamese: কুসুমিত, পুষ্পিত, পুষ্পৱান, ফুলন্ত, ফুলা, ফুল্ল, সঞ্জাতপুষ্প