ফলঙাফলতঃ

ফলত (Assamese) [ Roman: pho.lot]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2021-01-31
1. (Adverb) as a result কোনো কামৰ ফলাফলৰূপে
Assamese: পৰিণামত, ফলত

Example Sentences:

1. ভালদৰে নপঢ়াৰ ফলত সি পৰীক্ষাত ফেইল কৰিলে।