প্ৰান্তপ্ৰান্তিকখন

প্ৰান্তিক (Assamese) [ Roman: pran.tik]
Contributed by: Bikram M Baruah on 2009-03-11
1. Magazine/Periodical(Proper Noun-Neuter) Prantik is a multi-topic Assamese magazine published forthnightly from Guwahati since 1981. The founder editor of the magazine is Dr. Bhabendranath Saikia. গুৱাহাটীৰ পৰা প্ৰকাশিত একাধিক বিভিন্ন বিষয়ৰ এখন অসমীয়া পষেকীয়া আলোচনী৷ ১৯৮১ চনত প্ৰথম প্ৰকাশ হোৱা এই আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ডঃ ভবেন্দ্ৰ নাথ শইকীয়া ৷

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-05-11
2. (Proper Adj.) situated at or forming the end or extremity of something. কোনো বস্তু বা অৱস্থাৰ সীমাত থকা৷