প্ৰসৱ (Assamese) [ Roman: pro.xob]
1. (Abstract Noun) the process of giving birth to a child সন্তান জন্ম দিয়াৰ প্ৰক্ৰিয়া
English: childbirth,
delivery,
parturition,
Assamese: অভিষৱ,
উপজনন,
গৰ্ভমোচন,
জন্মদান,
প্ৰসৱ,
বিয়ন,
Mising: onam,
Rabha: কানচাপাতি