প্ৰশিক্ষাৰ্থীপ্ৰশীতক

প্ৰশিক্ষিত (Assamese) [ Roman: pro.xi.khyit]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-29
1. (Verbal Adj.) made proficient by instruction and practice যাক প্ৰশিক্ষণ দিয়া হ’ল, অৰ্থাৎ যি শিক্ষা আৰু অভ্যাসৰ জৰিয়তে কোনো কামত পাৰদৰ্শিতা অৰ্জন কৰিলে