প্ৰভাৱাম্বিতপ্ৰভাৱিত কৰ্

প্ৰভাৱিত (Assamese) [ Roman: pro.bha.bi.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2021-05-23
1. (Verbal Adj.) Attacked or infected by (a disease or a natural calamity or human misdeeds) (কোনো ৰোগ বা প্ৰাকৃতিক দুৰ্য্যোগ অথবা মানুহৰ কুকৰ্মৰ) আক্ৰমণৰ দ্বাৰা প্ৰভাৱিত

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-22
2. (Verbal Adj.) affected by the act or power of something without any apparent exertion of force or direct exercise of command কোনো কাৰ্য্য বা শক্তিৰ দ্বাৰা প্ৰত্যক্ষভাৱে বল প্ৰয়োগ অবিহনে কোনোভাৱে প্ৰৰোচিত হোৱা