প্ৰবঞ্চনাপ্ৰবন্ধই

প্ৰবন্ধ (Assamese) [ Roman: pro.bon.dho.]
1. (Abstract Noun) a writing published in a magazine/newspaper আলোচনী, বাতৰি-কাকত আদিত প্ৰকাশিত লিখনি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-13
2. (Abstract Noun) sth that is built, installed or established to serve a particular purpose, such as a Hospital. কোনো বিশেষ উদ্দেশ্য সাধনৰ বাবে সজা, স্থাপন কৰা বা প্ৰতিস্থা কৰা কোনো বস্তু।