প্ৰতিষেধনৰপ্ৰতিষ্ঠাকাৰী
প্ৰতিষ্ঠা (Assamese) [ Roman: pro.tis.tha]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
English: celebrity, fame, reputation,
Assamese: কীৰিতি, কীৰ্ত্তি, খিয়াতি, খ্যাতি, জনখ্যাতি, নাম, নামযশ, নিৰূঢ়ি, প্ৰখ্যাতি, প্ৰতিপত্তি, প্ৰতিষ্ঠা, প্ৰসিদ্ধি, বিখ্যাতি, বিশ্ৰুতি, যশ, যশস্যা, যহ, সজনাম, সম্প্ৰতীতি, সুকীৰ্ত্তি, সুখ্যাতি, সুনাম, সুপ্ৰসিদ্ধি, সুযশ,
Bodo: बिमुं,
Khasi: ka nam,
Garo: minggamani,
Meeteilon: mingchat,
Nagamese: nam-dangor,
Hindi: कीर्ति,
Deori: ইগাবা মুঁ
b. Verb-Intran.: খ্যাতি লাভ কৰ্, নাম কৰ্, প্ৰখ্যাত হ...
Contributed by: Biraj Kumar Kakati on 2009-02-20
English: establishment, স্থাপন,
Assamese: নিয়োজন, নিৱেশ, পাতন, প্ৰতিষ্ঠা, প্ৰতিষ্ঠাপন, স্থাপন,
Bodo: जागाजेननाय,
Nagamese: bahai, sthapon,
Deori: পাতিবা
প্ৰতিষ্ঠা (Assamese) [ Roman: pro.tis.tha]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
1. (Abstract Noun) the state or quality of being widely honored and acclaimed বহু লোকে জনা-শুনা আৰু সন্মান কৰা গুণ বা অৱস্থা
Assamese: কীৰিতি, কীৰ্ত্তি, খিয়াতি, খ্যাতি, জনখ্যাতি, নাম, নামযশ, নিৰূঢ়ি, প্ৰখ্যাতি, প্ৰতিপত্তি, প্ৰতিষ্ঠা, প্ৰসিদ্ধি, বিখ্যাতি, বিশ্ৰুতি, যশ, যশস্যা, যহ, সজনাম, সম্প্ৰতীতি, সুকীৰ্ত্তি, সুখ্যাতি, সুনাম, সুপ্ৰসিদ্ধি, সুযশ,
Bodo: बिमुं,
Khasi: ka nam,
Garo: minggamani,
Meeteilon: mingchat,
Nagamese: nam-dangor,
Hindi: कीर्ति,
Deori: ইগাবা মুঁ
Different POS:
a. Proper Adj.-Common: celebrated, famous, iconic, illustrious, noted...b. Verb-Intran.: খ্যাতি লাভ কৰ্, নাম কৰ্, প্ৰখ্যাত হ...
Contributed by: Biraj Kumar Kakati on 2009-02-20
2. (Verbal Noun) the act of establishing an organization কোনো প্ৰতিষ্ঠান বা সংস্থা আৰম্ভ বা থাপনা কৰা কাৰ্য্য
Assamese: নিয়োজন, নিৱেশ, পাতন, প্ৰতিষ্ঠা, প্ৰতিষ্ঠাপন, স্থাপন,
Bodo: जागाजेननाय,
Nagamese: bahai, sthapon,
Deori: পাতিবা