প্ৰতিবন্ধক লগাপ্ৰতিবন্ধন

প্ৰতিবন্ধকতা (Assamese) [ Roman: pro.ti.bon.dho.ko.ta]
Contributed by: Rupankar Mahanta on 2007-01-03
1. (Abstract Noun-Neuter) Penalty for disobeying a law or rule (like sanctions imposed on UN on some countries) আইন বা নীতি-নিয়ম নমনাৰ বাবে আৰোপ কৰা শাস্তিমূলক ব্যৱস্থা (যেনেঃ ৰাষ্ট্ৰসংঘই কিছুমান ৰাষ্ট্ৰৰ ওপৰত আৰোপ কৰা প্ৰতিবন্ধকতা)

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-01-03
2. (Abstract Noun) The condition of not being able to act normally due to some physical or mental constraints শাৰীৰিক বা মানসিক বাধাগ্ৰস্ততাৰ কাৰণে স্বাভাৱিক ধৰণে কাম-কাজ কৰিব নোৱৰা অৱস্থা