প্ৰতিবন্ধপ্ৰতিবন্ধক লগা

প্ৰতিবন্ধক (Assamese) [ Roman: pro.ti.bon.dhok]
Contributed by: Webmaster-II on 2017-10-04
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Abstract Noun) Surrounding or erecting barriers to prevent entry and exit to a place কোনো ঠাইলৈ অহা-যোৱা নিষেধ কৰি আবৰি থকা বা আগত থিয় হোৱা
English: blockade, disruption, interruption, obstacle, obstruction, resistance, siege, stoppage,
Assamese: অগা-দেৱা, অগা-বগা, অগা-ভেটা, অন্তৰায়, অৰ্গল, অৱৰোধ, অৱৰোধন, আগচি ধৰা, ঘেৰিধৰণ, নিৰোধ, নিৰোধন, পথৰ কণ্টক, প্ৰতিবন্ধ, প্ৰতিবন্ধক, প্ৰতিবন্ধন, প্ৰতিৰোধ, পৰিৱেষ্টন, বাটৰ কাঁইট, বাটৰ কাঁটা, বাধা, বাধা-বিঘিনি, বাধাদান, বিঘিনি, বিঘ্ন, বিধি-পথালি, ব্যাঘাত, ব্যাহতি, ভেটা, ভেটি ধৰণ, হকা-বধা, হিলদল, হেঙাৰ, ৰোধ, ৰোধন,
Bodo: आवग्रिनाय, आवप्रिनानै, बादा, बाधा,
Garo: donpengani, man.dikani,
Meeteilon: apanba piba, athingba, changhandaba,
Nagamese: badha,
Tai: থম্,
Hindi: बाधक,
Deori: কেজেং, জেঙা-নমা, বাদা-নমা, বেতা-লাদুবা, বেতিবা, হকা-বদা-নমা

Different POS:

a. Verb-Trans.: cease, halt, stop, ক্ষান্ত হ, থাম্...
b. Verb-Trans.: ban, bar, block, disrupt, forbid...

Related Idea:

c. Abstract Noun: opposition, প্ৰত্যৰ্থী, বিপক্ষ, गुबुन, बादा...

Contributed by: ৰূপকমল on 2007-03-30
2. (Material Noun-Neuter) a barrier framed by sticks or with other means. খুঁটিৰে তৈয়াৰ কৰা বা অন্যধৰণেৰে সৃষ্টি কৰা বাধা বা বেৰা।