প্ৰতিনিধিত্বমূলকপ্ৰতিন্দ্ৰী

প্ৰতিনিয়ত (Assamese) [ Roman: pro.ti.ni.yo.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-29
1. (Adverb) Found in the ordinary course of events; as if it happens regularly. সাধাৰণতে সঘনাই ঘটি থকা অৰ্থত ব্যৱহাৰ হয়|

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-12-04
2. (Adverb) at all times; at any rate; in any event সকলো সময়তে, যিকোনো হাৰতে বা যিকোনো ঠাইতে