প্ৰণম্প্ৰণাম কৰ্
প্ৰণাম (Assamese) [ Roman: pro.nam]
Contributed by: Anup Raj Hazarika on 2023-03-10
English: adoration, obeisance, prayer, worship,
Assamese: অনুনাথনা, অভিবন্দন, অভিবন্দনা, অৰ্ঘ, অৰ্চন, অৰ্চনা, অৰ্চ্চন, অৰ্হণ, অৰ্হণা, আৰাধন, আৰাধনা, উপাসনা, উপাসা, উপাস্তি, কীৰ্তন, নাম, নাম-কীৰ্তন, নাম-গুণ, পূজন, পূজা, পূজা-অৰ্চনা, পূজা-অৰ্চ্চনা, পূজা-পাতল, পূজাভাগ, প্ৰণাম, প্ৰাৰ্থনা, বন্দন, বন্দনা, ভকতি, ভজন, ভজনা, সম্ভ্ৰম, সাধনা, সেৱন, সেৱলি, সেৱা, স্তুতি, স্তুতিগীত, স্তৱ, হৰিনাম,
Bodo: खुलुमनाय,
Garo: de.doani,
Meeteilon: khurumba,
Karbi: arkli, chordom, kachirdom, karkli,
Nagamese: aradhona, prarthana, prathona, puja,
Dimasa: bithaih,
Tai: kham-sing,
Hindi: इबादत, उपासना,
Deori: গিঁউমা, গিনুমা, পুজা-ন, পুজা-নমা, পুজি, মিদিমুমা, মু
Contributed by: Biraj Kumar Kakati on 2008-03-25
English: namaskar, namaste,
Assamese: অঞ্জলি-পুট, অঞ্জলিকৃত, অঞ্জলিবন্ধন, অঞ্জলিৱদ্ধ, কৃতাঞ্জলি, কৃতাঞ্জলিপুট, কৰপুট, কৰযোৰ, নমস্কাৰ, পুটাঞ্জলি, প্ৰণতি, প্ৰণাম, বদ্ধাঞ্জলি, যুক্তকৰ, সেৱা, হাতযোৰ,
Bodo: आखाइ खबजब,
Bishnupriya Manipuri: নমস্কার,
Tai: খুপ্ টাঙ্,
Deori: ব-কেই, বগেই
প্ৰণাম (Assamese) [ Roman: pro.nam]
Contributed by: Anup Raj Hazarika on 2023-03-10
1. (Verbal Noun) The act of making a reverent petition to God, a god, or another object of worship. ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
Assamese: অনুনাথনা, অভিবন্দন, অভিবন্দনা, অৰ্ঘ, অৰ্চন, অৰ্চনা, অৰ্চ্চন, অৰ্হণ, অৰ্হণা, আৰাধন, আৰাধনা, উপাসনা, উপাসা, উপাস্তি, কীৰ্তন, নাম, নাম-কীৰ্তন, নাম-গুণ, পূজন, পূজা, পূজা-অৰ্চনা, পূজা-অৰ্চ্চনা, পূজা-পাতল, পূজাভাগ, প্ৰণাম, প্ৰাৰ্থনা, বন্দন, বন্দনা, ভকতি, ভজন, ভজনা, সম্ভ্ৰম, সাধনা, সেৱন, সেৱলি, সেৱা, স্তুতি, স্তুতিগীত, স্তৱ, হৰিনাম,
Bodo: खुलुमनाय,
Garo: de.doani,
Meeteilon: khurumba,
Karbi: arkli, chordom, kachirdom, karkli,
Nagamese: aradhona, prarthana, prathona, puja,
Dimasa: bithaih,
Tai: kham-sing,
Hindi: इबादत, उपासना,
Deori: গিঁউমা, গিনুমা, পুজা-ন, পুজা-নমা, পুজি, মিদিমুমা, মু
Different POS:
a. Proper Adj.-Common: worshipped, আহুত, আৰাধিত, উপাসিত, নমিত...Related Idea:
b. Abstract Noun-Neuter: entreaty, অনুনয়, আৰাধনা, কাকূতি, তুতি...Contributed by: Biraj Kumar Kakati on 2008-03-25
2. (Abstract Noun) Indian greeting gesture consisting of a small bow while holding the palms together raised before the body. ভাৰতীয় ৰীতি অনুসৰি দুয়োখন হাত লগ-লগাই মূৰ দোঁৱাই কৰা সম্ভ্ৰম| সাধাৰণতে নিজতকৈ বয়সত ডাঙৰ বা সন্মানীয় মানুহৰ ক্ষেত্ৰত প্ৰণাম ব্যৱহাৰ কৰা হয়|