প্ৰখৰেইপ্ৰগতি কৰ্

প্ৰগতি (Assamese) [ Roman: pro.go.ti]
1. Art and Culture(Abstract Noun) a process in which something passes by degrees to a different stage usually for better কোনো বস্তুৰ পৰ্য্যায়ক্ৰমে হোৱা বৃদ্ধিৰ প্ৰক্ৰিয়া

Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-04-04
2. Mathematics(Abstract Noun) a succession of quantities in which there is a constant relation between each member and the one succeeding it সংখ্যাৰ এনে এক শ্ৰেণী, য’ত শ্ৰেণীটোৰ যিকোনো সদস্যৰ তাৰ পিছৰটোৰ সৈতে এক নিৰ্দ্দিষ্ট (ধ্ৰুৱক) সম্পৰ্ক আছে