পুনৰাগমনপুনৰাবৃত্তীয়
পুনৰাবৃত্তি (Assamese) [ Roman: pu.no.ra.brit.ti]
Contributed by: Rupankar Mahanta on 2007-01-19
English: recurrence, reiteration, repetition,
Assamese: পুনৰাবৃত্তি, পুনৰাবৰ্তী,
Bodo: गोसोआव फैनाय, जाफिननाय
Contributed by: Partha P Sarmah on 2010-12-13
পুনৰাবৃত্তি (Assamese) [ Roman: pu.no.ra.brit.ti]
Contributed by: Rupankar Mahanta on 2007-01-19
1. (Abstract Noun) The occurrence of something again and again. বাৰে-বাৰে ঘটি থকা বা হৈ থকা
Assamese: পুনৰাবৃত্তি, পুনৰাবৰ্তী,
Bodo: गोसोआव फैनाय, जाफिननाय
Contributed by: Partha P Sarmah on 2010-12-13
2. Literature(Verbal Noun) (in literature and music)the repeated use of the same word/word pattern/phrase as a rhetorical device that may emphasize something, bring comfort, suggest order, or add special meaning to a piece of literature/musical recital-oral or instrumental. Look at the following examples:(1) “Alone, alone, all all alone, Alone on a wide wide sea! (Coleridge) (2) By the twanging,
And the clanging,
How the danger ebbs and flows:
Yet the ear distinctly tells,
In the jangling,
And the wrangling,
How the danger sinks and swells,
By the sinking or the swelling in the anger of the bells
Of the bells
Of the bells, bells, bells,bells,
Bells, bells, bells
In the clamor and the clangor of the bells! (Edgar Allen Poe: \'Bells\') সাহিত্য(কবিতা, নাটক বা গদ্যৰ), সংগীত(গান, বাদ্য বাদন)আদিত ওচৰা-ওচৰিকৈ থকা শব্দৰ অলংকাৰপূৰ্ণ বা উদ্দেশ্যপূৰ্ণভাৱে বাৰম্বাৰ ব্যৱহাৰ৷ যেনে: ভূপেন হাজৰিকাৰ বৰদৈচিলা নে সৰুদৈচিলা গানটোত গ’ল আৰু হয় শব্দ দুটাৰ ব্যৱহাৰ চাওকঃ “মূৰৰ ফুলাম গামোচা খনি ক’ৰবাৰ শেণে আহি নিলেহি টানি/
গ’ল,গ’ল,গ’ল, এ গ’ল গ’ল বুলি মাথো চিঞঁৰিলে/তাকে দেখি শেণহঁতে ৰগৰ কৰিলে, অসমীয়া এইবোৰ গমি চাবৰ ব’হাগেই বতৰ কিজানি/ বোলো হয়, হয়, হয়, হয়, এ হয়নে? বোলো হয়, হয়, হয়, হয়”৷ আকৌ তেওঁৰে ’আৰু দিচাঙৰে মিঠা, মিঠা, মিঠা ঢৌটি’৷