পুঠীপুণ্ডৰীক

পুণী (Assamese) [ Roman: pu.ni]
Contributed by: Atul Ch. Kakoti on 2009-06-07
1. (Common Noun-Neuter) Pistia is a genus of aquatic plant. It floats on the surface of the water and roots hanging submersed beneath floating leaves. The leaves are thick, soft and decorative shaped and has no stem. They are light green. পুণী এবিধ পানীৰ ওপৰত ওপঙি থকা সৰু জলজ উদ্ভিদ৷ সেউজীয়া আৰু সৰু সৰু পাতৰে সঙ্গবদ্ধ, ই দেখবলৈ এপাহ ফুলৰ দৰে৷ পুণী দুবিধ, বৰ পুণী আৰু সৰু পুণী ৷ বৰ পুণীৰ একোছা চুলি শিপা থাকে৷ ই পানীৰ তললৈ ওলমি থাকে৷ দ্বিতীয় বিধ সৰু পুণী ই নিচে ক্ষুদ্ৰ৷ ইয়াৰ শিপা নাথাকে৷
English: Pistia stratiotes,
Assamese: পুণী