পান্তিপান্থ-পাজপ

পান্থ (Assamese) [ Roman: pan.tho]
Contributed by: Bikram M Baruah on 2007-06-07
1. (Common Noun-Common) a person who goes or travels on foot খোজ কাঢ়ি ফুৰা বা ভ্ৰমণ কৰা লোক

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-05
2. (Proper Noun-Neuter) giant treelike plant having edible nuts and leafstalks that yield a refreshing drink of clear watery sap; reputedly an emergency source of water for travelers. কলগছৰ দৰে এজোপা ডাঙৰ গছ, যাৰ গুটি খাব পাৰি আৰু গছডাল কাটিলে পানী-সদৃশ জুলীয়া ৰস ওলায়৷ বাটৰুৱাই পিয়াহত পানীৰ সলনি এই ৰস পান কৰিব পাৰে৷